Now Users can edit WhatsApp messages within a 15-minute #technology এতিয়া সকলো হোৱাটছএপ (WhatsApp) ব্যৱহাৰকাৰীয়ে নিজৰ হোৱাটছএপ মেছেজ (messages) সংশোধন কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে

https://gyanbhas.blogspot.com/

Now Users can edit WhatsApp messages within a 15-minute 



Now Users can edit WhatsApp messages within a 15-minutehttps://gyanbhas.blogspot.com/


 

হোৱাটছএপে এটা নতুন‌ সংযোজনা আনিছে ।

এতিয়া সকলো হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নিজৰ হোৱাটছএপ মেছেজ (messages) সংশোধন কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে ইয়াৰ ভুল সমুহ  সম্পদনা পক্রিয়াৰে আটৰাবলৈ সক্ষম হব । সময় সীমা দিয়া মতে 15 মিণিত ৰ ভিতৰতে ব্যৱহাৰকাৰীয়ে সম্পাদন কৰিব পাৰিব । 

এইটো বহুদিনৰ পৰা চলি থকা আমি গম  পাও  যে;হোৱাটছএপত টাইপো (typo) সংশোধন কৰা মানে  এইটোৱে আছিল যে পঠোৱা বাৰ্তাটো ভূল হলে ইয়াক  গুছাই (delete) দি  নতুণকৈ লিখি পঠাই দিয়া ; Telegram ৰ দৰে বাৰ্তা পুণৰ সম্পাদন কৰা সুবিধা নাছিলে ।

               এতিয়া,  এইটো সলনি হল হোৱাটছএপে ঘোষণা কৰিছে যে  এতিয়া ব্যৱহাৰকাৰী সকলে হোৱাটছএপ প্লেটফৰ্মত তেওঁলোকৰ বাৰ্তা সম্পাদনা কৰিবলৈ পৰিব ।  বিশেষকৈ হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ মাজত উদ্বেগ – প্ৰেৰণ কৰা বাৰ্তাবোৰত ত্ৰুটিবোৰ সংশোধন বা সম্পাদনা কৰিবলৈ সক্ষম হব । এতিয়া, ব্যৱহাৰকাৰীসকলে টাইপো সংশোধন কৰিব পাৰিব।

বিশেষকৈ হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ মাজত উদ্বেগ – প্ৰেৰণ কৰা বাৰ্তাবোৰত ত্ৰুটিবোৰ সম্পাদন বা সংশোধন কৰিবলৈ সক্ষম হব । অস্পষ্ট বিবৃতি স্পষ্ট কৰিব পাৰিব, বা স্পষ্ট আৰু অধিক সঠিক যোগাযোগ নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ তথ্য যোগ দিব পাৰিব ।


হোৱাটছএপে  টুইটত লিখিছে যে  

IT’S HERE. Message Editing is rolling out now. You now get up to 15 minutes after sending a message to edit it. So, you don’t have to worry if you duck it up,”


"এইটো ইয়াত আছে। বাৰ্তা সম্পাদনা এতিয়া আৰম্ভ হৈছে। আপুনি এতিয়া ইয়াক সম্পাদনা কৰিবলৈ বাৰ্তা এটা প্ৰেৰণ কৰাৰ 15 মিনিট লৈকে পাৱ। গতিকে, আপুনি চিন্তা কৰিব নালাগে যদি আপুনি ইয়াক আঁতৰাই দিয়েও,"  

Post a Comment

0 Comments