Incredible Science Facts You Didn't Know About Our Universe

 বৈজ্ঞানিক তথ্য Scientific Facts


বৈজ্ঞানিক তথ্য Scientific Facts


বিজ্ঞানে আমাৰ জীৱন কেনেকৈ সলনি কৰিছে


বিজ্ঞানে আমাৰ জীৱনটোক অতি আশ্চৰ্য্যময় কৰি তোলাৰ লগতে অতি বিস্ময়কৰ কৰি তুলিছে। সেয়া আমি দৈনন্দিন জীৱন পক্ৰীয়াৰ পৰা ই জানো। এখন সমাজ সমাজিকৰণ হোৱাৰ ক্ষেত্ৰত বিজ্ঞানৰ ভূমিকা অপৰিসীমনহলে মানুহ আদিম হৈয়ে থাকিলেহেতেন, এখন সমাজৰ কতিয়াও সৃষ্টি নহ’ল হেতেন পৰিবৰ্তনশীল আৰু শৃস্তিশীল  সমাজ এখনেই  সমাজবিজ্ঞানৰ জন্ম দিছে আৰু সমাজিবজ্ঞানে বিজ্ঞানৰ জন্ম দিছে আৰু এয়া মানুহৰ চিন্তাৰ উৎকৰ্ষন বুলি কব পাৰি। মানুহৰ চিন্তাৰ যেতিয়া বৌদ্ধিক বিকাশ হৈছে তেতিয়া ন ন সৃষ্টিৰ আবিস্কাৰৰে বিজ্ঞানে ন ন অৱদান মানুহৰ জন জীৱনলৈ আগ বঢ়াইছে। আমি জানো যে খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু উনবিংশ শতাব্দীৰ এই সময় খিনিক ইতিহাস সমৃদ্ধ বিজ্ঞান ৰ সোণালী যুগ বুলি কোৱা হয় ইয়াৰ শৃস্তিকামি ধাৰাৰ কাৰনে।

 অজ্ঞানতাৰ পৰা জ্ঞান লৈ বোৱা অৱধাৰাই  From darkness to light vision য়ে সভ্যতাৰ ক্ৰমবিকাশৰ অগ্ৰগতিত ক্ষেত্ৰত অনবদ্য বৰঙণিৰ লগতে নতুনত্বৰ সমাহাৰ ঘটাইছে।

বিজ্ঞান মানে কি বুজাই –

বিজ্ঞান হৈছে সম্পূৰ্ণ পৰীক্ষা-নিরীক্ষা আৰু তাৰ ভিতৰত পোৱা প্ৰমাণৰ জৰিয়তে তত্ত্বমূলক পৰীক্ষাৰ জৰিয়তে ভৌতিক আৰু প্ৰাকৃতিক জগতৰ গঠন আৰু ইয়াৰ আচৰণৰ বিষয়ে পদ্ধতিগত অধ্যায়ন যাক কোৱা হয় (Systematic Study) বিজ্ঞান হল প্ৰকৃত জ্ঞানৰ ভৰাল যত জগতৰ প্ৰতিটো বিষয়ৰ তথ্য সমূহক  পুংখনুপংখভাবে আলোচনা আৰু প্ৰমাণ কৰি ছোৱা হয়

বিজ্ঞান আমাৰ জীৱনৰ লগত অতপ্ৰতভাৱে জড়িত


বিজ্ঞান আৰু ব্যক্তি –

এজন ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈ বিজ্ঞানে পৰিচালিত কৰি আছে। ব্যক্তি জীৱনৰ  উশাহ লোৱাৰ পৰা উষাহ এৰালৈকে বৈজ্ঞানিক  চিন্তাধাৰাই মানুহৰ জীৱন সুন্দৰ মননশীল কৰি তুলিছে। বিজ্ঞান ন ন আৱিস্কাৰ  কম্পিউটাৰৰ পৰা ফটো গ্ৰাফিক্সলৈ বিভিন্ন আৱিস্কাৰ যেনে- চেটেলাইট, এক্স-ৰে, প্লাষ্টিক চাৰ্জাৰি, মেডিচিন, ৰেডিও, টেলিভিচন, মোবাইল ফোন, ইলেকট্ৰিচিটি, ইন্টাৰনেট আদিয়ে আমাৰ জীৱন উৰ্দ্ধমুখি কৰি তুলিছে। ইয়াৰ ভূমিকা আমাৰ জীৱনৰ অতি গুৰুত্বপূণ। কম্পিউটাৰ, ইন্টাৰনেট আমাৰ জীৱনক উন্নতিৰ ফালে আগুৱাই নিয়াৰ  লগতে গোটেই বিশ্বক এখন সৰু গাওত (Global Village) পৰিণত কৰিছে। 

 আজি আমি আলোচনা কৰিম বিজ্ঞানৰ কিছুমান Facts বা তথ্য  আৰু কিছুমান জানিব লগীয়া কথা। 


বিজ্ঞানৰ কিছুমান পৰিঘটণা আৰু তথ্য
১।  Bar Code Scanner ৰে কলা ৰেখাবোৰৰ মাজত বগা স্থানবোৰক পঢে কলা ৰেখাবোৰক  নপঢ়ে।
২। এঘন্টা ধৰি যদি আমি ফোনৰ হেডফোন পিন্ধো তেতিয়াহলে  বেক্টেৰিয়া ৭০০ গুণ বৃদ্ধি হয়।
৩। জানেনে শব্দ বতাহতকৈ চাৰিগুণ বেছি মাত্ৰা বেগেৰে বাঢ়ে।
৪। মেকুৰিৰ ১০০তকৈ অধিক কন্ঠস্বৰ আছে।
৫। কল তেজস্ক্ৰিয় হয় (Bananas are radioactive)
কলত পটাছিয়াম আৰু ম্যাগনেছিয়াম থাকে যেতিয়া কল খায় তেতিয়া কলত তেজস্ক্ৰিয়টা দেখা যায় যে। যেনে- কলৰ কলা অংশ যি আমি কালত দেখো।
৬। Helium হিলিয়ামৰ মাধ্যাকৰ্ষন শক্তিৰ বিৰুদ্ধে কাম কৰা ক্ষমতা আছে।
হিলিয়াম হৈছে গন্ধহীন, ৰংহীন, ৰুচিহীন,তথা বিষহীন গেছ, ইয়াৰ ৰসায়নিক বিক্সিয়াশীলতা অতি কম আৰু ই বায়ুতকৈ লঘু হয়। এই বৈশিষ্ট্যবিলাকৰ বাবেই মহাকাশ অম্বেষণ, বৈজ্ঞানিক গৱেষণা, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা, চিকিৎসা পদ্ধতি আৰু উচ্চ প্ৰযুক্তিৰ বিভিন্ন কাৰ্যসূচীত হিলিয়ামে বিশিষ্ট ভূমিকা পালন কৰে। হিলিয়াম পৃথিৱীত আৱিস্কাৰ হোৱাৰ আগতে প্ৰথম সূৰ্য্যৰ বায়ুমণ্ডলত পৰ্য্যবেক্ষণ কৰা হৈছিল।
৮। আমি সকলোৰে জনাটো উচিত। আমি যি অক্সিজেন গ্ৰহণ কৰো সেয়া আমি বেছি ভাগ সাগৰৰ পৰা পাও কিন্তু আমি ভাবো যে আমি লোৱা অক্মিজেন গছৰ পৰাহে গ্ৰহণ কৰো।


৯। মানুহৰ পেটত উৎপন্ন হোৱা এছিদে Rozor Blades ও গলাই দিব পাৰে।

১০। মানুহৰ ব্ৰেইনত ১০০ মিলিয়ান Nerve Cells আছে।


১১। মানুহৰ ব্ৰেইনে (Brain) কেতিয়াও দুখ অনুভৱ নকৰে।

১২। বিস্ময়কৰ যে এই বিশ্বব্ৰহ্মাণ্ডৰ থকা তৰাত কৈ পৃথিৱীত থকা গছৰ সংখ্যা অধিক।

১৩। Starfish বা তৰা মাছৰ কোনো শৰীৰ (Body) নাই।

১৪। মানুহৰ শৰীৰৰ নখ সোনকালে বাঢ়ে।


১৫। পৃথিৱীয়ে ঘণ্টাত প্ৰায় ১০০ মাইল বেগত ঘূৰি থাকে আৰু মহাকাশৰ মাজেৰে ঘণ্টাত প্ৰায় ৬৭,০০০ মাইল বেগত যাত্ৰা কৰে। জনা উচিত যে জনা উচিত যে পৃথিৱীৰ বয়স ৪.৫৪ বিলিয়ন billion years।

১৬। জানেনে‌ উদ্ভিদৰ (Plants) কোনো স্মৃতিশক্তি নাই, কিন্তু ইহঁতৰ নিজৰ প্ৰজাতিৰ ঘনিষ্ঠ আত্মীয়ক চিনি পোৱাৰ ক্ষমতা থাকে তাৰ কাৰণে ইজনে সিজনৰ কাষত কাম কৰি নিজক শক্তিশালী কৰাৰ লগতে নিজৰ বাঢ়ণত (growing) ইজনে সিজনক সহায় কৰে।‌,

১৭। Electro বিশ্বৰ প্ৰথম ৰবাৰ্ট হয় আৰু ইয়াক আৱিস্কাৰ কৰা হৈছিল ১৯৩৯ ত। ববটৰ অৰ্থ হল Force Labor.

১৮। মানুহৰ ব্ৰেইন ৰাতি বেছি সক্ৰীয় হয় হৈ থাকে দিনতকৈ।

১৯। মগজুৰ 'Wind অফ Brain' বতাহৰ বৈজ্ঞানিক নাম হ'ল 'Sphenopalatine ganglioneuralgia যাক মগজুৰ সো বাও Hemispheres বুলি কোৱা হয়।

২০। হাইেড্ৰাজেন অতি সহজে পোৱা Elements হয় ইয়াৰ গন্ধ ও নাই স্বোৱাদও নাই।


সমূহ তথ্য Facts সম্পূৰ্ণ অধ্যয়ন আৰু বিভিন্ন বিজ্ঞান সন্মত আলোচনা আৰু পৰিঘটনা সমৃদ্ধ  প্ৰবন্ধ আৰু দৈনিক বা বাতিৰৰ পৰা সংগ্ৰহ কৰা হৈছে।
                            .........................................

Post a Comment

0 Comments