T V Screen ? ঘৰতে পোৱা যি কোনো ক্লিনেৰাৰে কেতিয়াও T V screen কিয় চাফা কৰিব নালাগে।

T V Screen

 যি কোনো ক্লিনেৰাৰে কেতিয়াও T V screen কিয় চাফা কৰিব নালাগে।


আমি সদায় ব্যৱহাৰ কৰা TV টো সকলোৰে মৰমৰ‌ সেই কাৰণে আমাৰ T V টোক সদায় মৰম কৰি ৰাখিব লাগে। আমি ঘৰতে পোৱা যি কোনো সহজে পোৱা cleaner ৰে চাফ কৰিব নালাগে। কিয়নো TV screen খন LED, OLED, QLED আদি coating ৰে গঠিত সেয়েহে ই বৰ‌ নাজুক হয়‌।

ই খুৱ‌ উচ্ছ ক্ষমতাৰ power voltage নিগৃত electronic মাধ্যম হয়।

স্বভাবিকতে বহুদিন অতিক্ৰম কৰাৰ পিছত TV screen খন দেখিব বেয়া লগা হৈ যায় । আৰূ দাগি হৈ পৰে তেতিয়া আমি screen ত দেখা দৃশ্য বোৰ উপভোগ কৰিব নোৱাৰো। সেয়েহে প্ৰট্যেকে চাফা কৰিবৰ কাৰনে বিভিন্ন উপাই অৱলম্বন কৰো।

আজিৰ বিষয়‌ কিয় TV screen যিহেৰে তিহেৰে চাফা কৰিব নালাগে তাৰ নিয়মাৱলী
আৰু কিহেৰে চাফা কৰিব লাগে তাৰ কেইটামান উপাই।

কিহেৰে চাবা কৰিব নালাগে

1. সদ্যহতে পোৱা Glass Cleaner ৰে TV screen চাফা কৰিব নালাগে। ইয়াত থকা ammonia বা alcohol য়ে আপোনাৰ স্ক্ৰীন খনৰ LED coating materials যি থাকে নস্ট কৰিব পাৰে।

2. Rubbing জাতীয় Alcohal যুক্ত cleaner ৰে কেতিয়াও চাফি নকৰিব কিয়নো QLEd Screen ৰ ই sensitivity সম্পূৰ্ণ ভাৱে বেয়া কৰি পেলাই।

3. পেপাৰ টাৱেল বা ঘৰতে সহজে পোৱা তিছু পেপাৰেৰে শুকান বা জিকাই TV Screen মচিব নালাগে। ইয়ে স্ক্ৰীন সম্পূৰ্ণ ভাৱে Damage কৰে।

4. যি কোনা স্পঞ্জেৰে বা তুলাৰেও মচিব নালাগে কিয়নো ই যদিও কোমল হয় Screen ত আচৰ স‌ৃস্তি কৰে‌ লগতে ধুসৰ‌ blur কৰি পেলাই।

5. Spray কেতিয়াও ব্যৱহাৰ কৰিব নালাগে লগতে কাপোৰ তিয়াই মচিব নালাগে। ই পূৰাপুৰি TV ৰ electronic function এই বেয়া কৰি পেলাই ভিতৰৰ পৰা।

6. Detergent Powder বা baking soda আদিৰে TV screen চাবা কৰিব নালাগে ই screen productively বেয়া কৰিব।

7. Nail polish remover বা make-up remover কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ডাগ লাগিলে ইয়াত থকা oil আৰু chemical এ পূৰা LED layers এই নস্ট কৰি পেলাই।

কিহেৰে TV Screen চাবা কৰা উচিত

1. Microfibre cloths ৰে TV screen clean কৰা উচিত স্ক্ৰীন ত হাত নোলাগাকৈ লাহে লাহে Microfibre cloth ৰে চাফা কৰিব লাগে । ই কোনো ধৰনৰ ডাগ বা চিনৰ সৃষ্টি নকৰে বৰঙ সূন্দৰহে কৰি তোলে।

2. ‌ Cotton Swabs ৰে T V screen চাবা কৰিব পাৰে এই দুটাই উওম উপাই।

লগতে আজিকালি বজাৰত বিভিন্ন ধৰনৰ TV screen বা Laptop Screen , desktop computer screen ৰ আছুতীয়া cleaner পাই সেই সমুহ হে ব্যৱ্হাৰ কৰা উচিত।যিহেতু TV screen খন‌ LED light- emitting diode Application হয়, যাৰ মাজেৰে high voltage Power pass হয়‌ সেইহে এই ইলেকট্ৰনিক মাধ্যম টোক সযত্নে ৰখাটো বেছি ভাল।


Post a Comment

0 Comments