Smart Shield : and Digital Security
কেনেকৈ আপোনাৰ মোবাইল আৰু অন্য ডিভাইঢ Hacking ৰ পৰা ৰক্ষা কৰিব পাৰি।
Malware বা Malicious Software মানে কি?
(Malware) মালৱাৰ হৈছে (Malicious) মালেচিয়াছ Software যি ভাইৰাছ Virus, Spyware, Worm, Trojan Horses যুক্ত এবিধ Harmful ফাইলছ Files বা Programs. যি অকৰ্তৃত্বশীল (Unauthorized) ই বেআইনী ভাবে ছফ্টৱেৰ আৰু নেটৱৰ্ক ত প্ৰবেশ কৰি কম্পিউটাৰ ,মোবাইল যিকোনো Device বিকল কৰিব পাৰে। Malware এ স্মাৰ্ট ফোন বা কম্পিউটাৰ কেনেকৈ বিকল কৰে |
(Malicious) মালেচিয়াছ Software ৰে কম্পিউটাৰ বা মোবাইলৰ Device ক detect কৰি hacking হ্যক কৰিব পাৰে আৰু ব্যৱহাৰকাৰীৰ (user) ৰ যিকোনো প্ৰয়োজনীয় তথ্য নিজৰ আয়ত্ত্বলৈ আনি স্মাৰ্ট ফোন বা কম্পিউটাৰ পৰা বেংকৰ টকা পইছা সংক্ৰান্তীয়, Email ৰ পৰা তথ্য সৰকাব পাৰে কেতিয়াবা অতি গুৰুত্বপূৰ্ণ তথ্যও Cyber অপৰাধীয়ে(cyber criminal) চুৰি কৰিব পাৰে ।
আজিৰ মূল বিষয়বস্তু হ'ল (Malware) মালৱাৰপৰাৰ পৰা কেনেকৈ আমি আমাৰ ডিভাইচ স্মাৰ্ট ফোন বা কম্পিউটাৰক বচাই আমাৰ প্ৰয়োজনীয় তথ্য সমুহ চাইবাৰ ক্ৰিমিনেলৰ হাত নলাগাকৈ নিৰাপত্তাৰে ৰাখিব পাৰো। তাৰেই কেইটামান উপাই । কাৰণ এতিয়া চাইবাৰ অপৰাধী আৰু স্কাম গোটেই বিশ্বজুৰি ভয়ংকৰ ৰূপ লৈছে।
Malware আৰু Information Technology
বৰ্ত্তমানৰ যুগ Technology আৰু Information ৰ যুগ, সেইকাৰণে বৰ্ত্তমানৰ যুগ টোক Information Era বুলি কোৱা হয় । জনসংযোগ আৰু কাৰিকৰী মাধ্যমে আজিৰ বিশ্বক এখন সৰু গাঁওত পৰিণত কৰি তুলিছে| পৃথিৱীৰ ইটো মুৰত বহি technology ৰ বিভিন্ন মাধ্যমেৰে (second) ছেকেণ্ডত যোগাযোগ কৰিব পৰা যায় । তেনেকৈ মালেচিয়াছ স্বফ্টওৱৰেৰে কোনো অগ্বাত ব্যক্তি বা চাইবাৰ Cyber অপৰাধীয়ে বিশ্বৰ আপুনি নজনা এটা ঠাইৰ পৰা আপোনাৰ ব্যৱহিত Device ক hacking কৰি প্ৰয়োজনীয় তথ্য নিজৰ হাতলৈ আনি আপোনাৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু ইয়াৰ পৰা নিজক সুৰক্ষা কৰা আৰু নিৰাপত্তা দিয়াটো আমাৰ মৌলিক কৰ্তব্য। যাক চাৰিবাৰ ছিকুৰিতি (Cybersecurity) বুলি কোৱা হয়।
Tech Device স্মাৰ্ট ফোন আৰু কম্পিউটাৰক নিৰাপত্তা দিয়াৰ কেইটামান দৰকাৰী উপাই।
1. সঘনাই অহা Fack link পৰিহাৰ কৰা
আজিকালি ঘনকৈ বিভিন্ন (unauthorized) অপৰিচিত ব্যত্তি বা সংস্থাৰ পৰা Fack Link আহে সেইবোৰত কেতিয়াও Click কৰিব নালাগে। এইবোৰ সাধাৰণতে Malware হয়, ইয়াৰ দ্বাৰা Cyber criminal এ Hacking কৰি পেলাই আপোনাৰ অতি গুৰুত্বপূৰ্ণ তথ্য ইমেইল নিজৰ হাতলৈ নি জীৱনলৈ অঘটন আনিব পাৰে।
2. Trusted বিশ্বাসযোগ্য App Store ৰ পৰা App ডাউনলোড দিয়া
যি কোনো App download কৰতে (trusted) বিশ্বাসযোগ্য Official App Store' ৰ পৰা কৰিব লাগে। Google play store, Apple's store (iOS) ৰ পৰাহে লোৱাতো উচিত। ইয়াত Malware ৰ পৰা ৰক্ষাৰ সকলো সাৱধনীয়তা উল্লেখিত থাকে লগতে ইয়াত Malware protected antivirus আৰু scanning ৰ ব্যৱস্থা থাকে।
3. Permission, Guidelines আৰু Review Rating ৰ পৰামৰ্শৱলী চাব লাগে।
যি কোনো third party ৰ পৰা App ডাউনলোড কৰিব নালাগে যদি কেতিয়াবা official উদ্দেশ্যত লৱ লগা হয় তেন্তে তাত দিয়া permission সহ guidelines পঢ়ি চাব লাগে। আৰু লগতে ৰিভিউ আৰু ৰেটিং চাৱ লাগে । আৰু কোনে App Develope কৰিছে এইটোও গুৰুত্ব সহকাৰে চাব লাগে।
4. (OS) Opperating system আৰু App সদায় Update দিয়া
সদায় App আৰু Operating System (OS) ক update দিব লাগে যাতে নতুন যি Secure Version আহে সেয়া সঠিককৈ নিৰূপিত হয় ফোণত।
5. Device ক প্ৰয়োজন অনুসাৰে সদায় Backup দিয়া
সদায় Device ৰ back up দিব লাগে secure cloud drive বা E mail ত । যাতে ফোণ হেৰুওৱা বা বেয়া হোৱাৰ পিছতো আপোনাৰ তথ্য সুৰক্ষিত থাকে। লগতে অপ্ৰয়োজনীয় এপ বিলাক Remove কৰিব লাগে।
5. Tight Password আৰু Security পিন ৰ ব্যৱস্থা লোৱা
আপোনাৰ ডিভাইচত (device) কড়া Security Pin লোগাৱাটো অতি আৱশ্যক। যেনে face recognition, fingerprints , scan, tight password , biomatrices আদি । আজিকালি এনডৰয়দ ত এই চিকিউৰিটি ব্যৱস্থা কেইটা উপলব্ধ থাকেই।
6. Bluetooth আৰু Wi-Fi ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধনীয়তা
যি কোনো অন্য ভিভাইচ ৰ পৰা ব্লুটোত (Bluetooth) Wi-Fi কনেকচন (Connection) লোওতে চাইচিটি লৱ লাগে। আৰু ব্যৱহাৰ কৰাৰ পিছত ইয়াক যথা সময়ত বন্ধ কৰিব লাগে। কোনো Public Wi-Fi ব্যৱহাৰ কৰাৰ পৰা নিজক আটৰাই ৰাখিব লাগে। ইয়াৰ পৰা Malware আক্ৰমণ ৰ মুখামুখি হব পাৰে। সদায় VPN( Virtual Private Network) ব্যৱহাৰ কৰিব লাগে।
Rooting আৰু Jailbreaking ৰ ওপৰত গুৰুত্ব দিব লাগে যি আপোনাৰ ডিভাইচবোৰৰ software আৰু তাৰ system files modify কৰাত সহায় কৰে। লগতে Secured Customization ৰে যাতে কোনো risk আৰু danger পৰিস্থিতিৰ পৰা আপোনাৰ ডিভাইচক সুৰক্ষা দিব পাৰে।
8. Red flag যুক্ত App পৰিহাৰ কৰা
Red flag যুক্ত App পৰিহাৰ কৰিব লাগে কিয়োনো এনেকুৱা app ত ফ্লাঢ কেমেৰা যুক্ত হয় বাবে আপোনাৰ ডিভাইচ নিজৰ আয়ত্ত্বলৈ আনিব পাৰে Device Hack কৰিব পাৰে। 9. Antivirus App স্কান
বিশ্বাসযোগ্য App Store পৰা Antivirus Scan App ডাউনলোড খৰি Devices Scan কৰিব লাগে সময় অনুসাৰে। ই Malware ৰ পৰা ডিভাইচক বচাই। সদায় আপোনাৰ ডিভাইচবোৰ পৰা Cache আৰু Cookies নিয়মীয়াকৈ নিকা কৰিব লাগে। এই প্ৰক্ৰিয়াই Device ৰ ভিতৰৰ কোণত লুকাই থকা Malicious Virus বোৰ নোহোৱা কৰে। আপোনাৰ দৈনন্দিন ব্যৱহৃত ডিভাইচবোৰক বিপদ মুক্ত কৰি ৰখাটো আমাৰ মৌলিক কৰ্তব্য। কিয়নো ই
শিক্ষাগত অধ্যয়ন বা আমাৰ কৰ্মময় জীৱনৰ লগত অতপ্ৰোত ভাবে জড়িত। সেয়েহে, Malware Attack ৰ পৰা আপোনাৰ (Intellectual Property) বৌদ্ধিক সম্পত্তি সমূহক বচাই জীৱন টোক উপভোগ কৰক,আৰু নিৰাপত্তাৰে সুনিশ্চিত ডিজিটেল Digital নৱীকৰণৰ সা-সুবিধা গ্ৰহণ কৰি আগুৱাই যাওক।
===
0 Comments