![]() |
| Username with Code Password |
WhatsApp in Changing Mode with Unique Username
WhatsApp ৰ নতুন ৰূপ হবলৈ লৈছে। এতিয়া WhatsApp ব্যৱহাৰ কাৰীয়ে ব্যৱহাৰকাৰীৰ ফোণ নাম্বাৰ নজনাকৈয়ে ইজনে সিজনক massege আদান প্ৰদান কৰিব পাৰিব।
Meta ই জনতাক Scam ৰ বচাবলৈ নতুন সংজোযন আৰম্ভ কৰিব জনসাধাৰণে Username Id ৰে মেচেজ আদান প্ৰদান কৰিব পাৰিব। এই ক্ষেত্ৰত WhatsApp ব্যৱহাৰকাৰীয়ে Phone Number প্ৰয়োগ নকৰাকৈ এই কাম কৰিব পাৰিব।
উল্লেখযোগ্য যে WABetaInfo ৰ মতে এই সুবিধা অতি সোনকালে ৰাইজৰ মাজত দাঙি ধৰিব।
ব্যৱহাৰকাৰীয়ে নিজে যিকোনো Username নিজৰ ইচ্ছা অনুসৰি বাছনি কৰিব পাৰিব আৰু Reserve কৰিব পাৰিব ইয়াত কোনো ধৰাবন্ধা নিয়ম নাথাকে যে নিজৰ নাম ব্যৱহাৰ কৰিব লাগিব।
এই সুবিধাই WhatsApp Optimization য়ে ব্যৱহাৰকাৰীক নিৰাপত্তা প্ৰদান কৰিব যোগাযোগৰ ক্ষেত্ৰত। ব্যৱহাৰকাৰীয়ে Username tab ত যায় এই সুবিধা বাছনি কৰিব পাৰিব। আৰু উল্লেখনীয় যে Username unique বাছনি কৰিব পাৰিব যি ইটোৱে সিটোৰ লগত Clash নহ'ব সম্পূৰ্ণ Password Code ব্যৱস্থা থাকিব যি Username সলনি কৰাতো সুবিধা দিবো।
....……..........................
।

0 Comments