"Literature City" of India"

https://sl1nk.com/77t2z7w

Which city of India is called "Literature City" of India"?



Kozhikode the First "Literature City" of India


ভাৰতৰ কোনখন চহৰক প্ৰথম সাহিত্যৰ চহৰ বুলি কোৱা হয়।
Which city of India is called First"Literature City" of India"?


আপোনালোকে জানেনে ভাৰতৰ কোন খন‌ ৰাজ্যৰ কোন খন চহৰক "সাহিত্যৰ চহৰ" "Literature City" বুলি কোৱা হয় বা জনা যায়। যি খন‌ চহৰে 2023 চনত UNESCOCreative Cities Network ত join কৰি
ভাৰতৰ প্ৰথম খন "Literature City হিচাবে সন্মান পাবলৈ সক্ষম হৈছিল। সেইখনে হ'ল ভাৰতৰ ভিতৰতে শিক্ষিত ৰাজ্য‌ বুলি পৰিচিত (Kerala) কেৰেলাৰ আৰু ইয়াৰে ( Kozhikode) কহৰিকদ চহৰ যাক Calicut বুলি নোৱাজা যায় যি মালবৰ‌ উপকুলত (Malabar Coast) অবস্থিত ।এই খন চহৰ বলিষ্ঠ পঢ়ুৱৈ সংস্কৃতিৰে সম্বৃদ্ধ। ইয়াত মালায়ালম সাহিত্যৰ‌ পয়োভৰ ইতিহাস প্ৰসিদ্ধ। ইয়াত জ্ঞানৰ নদীৰ জলাধি অহৰহ প্ৰৱাহিত । এইখন চহৰত‌ সাহিত্য সৃস্তিৰ ধাৰা টনকিয়াল, লিখকে কেতিয়াও লিখনি স্তব্ধ নকৰে। সমৃদ্ধ পুথিভঁৰালৰ (Library )দুৱাৰ সদায় মুকলি। পঢ়ুৱৈয়ে কিতাপ পঢ়া আৰু ইয়াক চৰ্চা কৰা আৰু জ্ঞান লোৱা বিতৰণ কৰাটো সংস্কৃতি হিচাপে উদযাপন কৰে প্ৰতিখনে।

কিয় কহৰিকদ Kozhikode চহৰক " সাহিত্যৰ চহৰ" 'Literature City' বুলি কোৱা হয়।


Kozhikode চহৰ সাহিত্যৰ প্ৰাণকেন্দ্ৰ ইয়াত সাহিত্য সৃষ্টি কৰা মানুহেৰে ভৰপুৰ আৰু সাহিত্য অনুৰাগীৰো অভাৱ নাই। ইয়াত বিভিন্ন শৈক্ষিক সম্পদ ৰাজিৰে সমৃদ্ধ। বিভিন্ন বিষয়ৰ কিতাপ আদিৰে চহকি লগতে ইয়াত বহু সংখ্যক পুথিভঁৰাল আছে আৰু ইয়াৰ প্ৰতিজন মানুহৰ পুথিভঁৰালৰ লগত সম্পৰ্ক সু সমৃদ্ব। ইয়াত ৰাজহুৱা পুথিভঁৰাললৈ (Public Library) সাধৰন‌ মানুহৰ লগতে‌ ছাত্ৰ ছাত্ৰীৰ‌ অহা-যোৱা নিয়মীয়া। সকলো শৈক্ষিক অনুষ্ঠানত পুথিভঁৰালৰ ব্যৱস্থা অতি আদৰণীয়।
সাহিত্যৰ সম্পদৰাখী বিভিন্ন ধৰনৰ বৌদ্বিক (Intellectual ) সৃষ্টি ৰাজিৰে পৰিপুষ্ট যেনে গল্প, কবিতা, প্ৰৱন্ধ, উপন্যাস লগতে শিল্প কলা, নৃত্য আদিতো উচ্চ মানদণ্ডৰে মন্দিত। ঠায়ে ঠায়ে কিতাপৰ দোকানে সাহিত্যৰ জগতখন‌ বেছি টনকিয়াল কৰি তুলিছে।
নিয়মীয়া বাতৰি কাকতে এই জগত খন‌ৰ শিৰোনামা দখল কৰি আছে।


Kozhikode চহৰৰ সাহিত্য সৃস্তিৰ ইতিহাস:

Kozhikode চহৰৰ সাহিত্য সৃস্তিৰ ইতিহাস বিচাৰিলে গম পোৱা যায় যে ই পৌৰাণিক কালৰ পৰাই প্ৰবাহিত।
Zamorins সময়ৰ পৰাই সাহিত্য সৃষ্টিৰ জগত খন‌ আৰম্ভ হৈছে। উপনিবেশ কালৰ পৰা ইয়াৰ চৰ্চা দ্ৰুত গতিত আগবাঢ়িছে।‌ বিভিন্ন ধৰনৰ কিতাপ, গল্প, কবিতা, তাত্ত্বিক লিখনি আদিৰে লিখকে নতুন নতুন বৌদ্ধিক সম্পদৰ জন্ম দিছে। ইয়াৰ প্ৰকাশৰ কাৰণে প্ৰকাশক (Publisher) ছপা কল‌ (Printing Press) আদি গঢ় লৈ উঠিছিল।‌ মালায়ালম ভাষাৰ বাতৰিকাকত আলোচনী, অনুবাদিক সাহিত্য এই‌ সময় খিনিৰ পৰাই আৰম্ভ হৈছে।

কহৰিকদ (Kozhikode) চহৰৰ বিশিষ্ট সাহিত্যিক আৰু লিখক:

Kozhikode চহৰ খন‌ বিশিষ্ট সাহিত্যিক আৰু লিখকৰ নাম লবলগীয়া। তেওঁলোকৰ লিখনী আৰু সৃষ্টি ৰাখিয়ে অকল Kozhikode চহৰৰে বিশ্ব দৰবাৰত নাম উজ্বলৱা নাই, কেৰেলা ৰাজ্য আৰু গোটেই ভাৰতৰে নাম উজ্বলাইছে। তেওঁলোক হ'ল M.T Vasudevan Nair, O.N.V. Kurup, Benyamin, K.R.Meera, T.D. Ramakrishnan. আদি গুণি লিখক সকল।
জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক Arundhati Roy ৰ অবদানোও অতুলনীয়।
Kerala কেৰেলা সাহিত্যক চহকী কৰা কেইখনমান বাতৰি কাকত (Newspaper) :
Kozhikode চহৰৰ সাহিত্যক চহকী‌ কৰা কেইখনমান বাতৰি কাকত হ'ল Mathrubhumi, Deshabhimani আদি। Deepika হ'ল সকলো তকৈ পুৰণি বাতৰি কাকত যিখন 1887 ৰ পৰা প্ৰকাশিত হৈ আছে।

প্ৰভাবি মালায়ালম সাহিত্য:

মালায়ালম সাহিত্য সংস্কৃত , তামিল আৰু দ্ৰাবিড় ভাষাৰ দ্বাৰা প্ৰভাৱিত। আৰু পিছত মিছোনাৰী ৰ প্ৰভাবত সাহিত্যিই নতুন মোৰ‌ লয় যি ইংৰাজী সাহিত্য কো অতি প্ৰভাৱশালী কৰি তোলে। কথাকলি বিশ্ব মন্দিত নৃত্য কেৰেলাৰ।
কহৰিকদ ৰ বিশ্ব সাহিত্য সভাৰ :
এছিয়াৰ ভিতৰতে অতি ডাঙৰ সাহিত্যিক মেলা খন পতা হয় কহৰিকদ ত যিখনক India's First UNESCO City of Literature বুলি কোৱা হয়।‌ যিয়ে ভাৰতৰ সাহিত্য কৃষ্ঠি ক সামাজিকৰণৰ জৰিয়তে গোটেই বিশ্বজুৰি বিয়পাই জাকাত জিলিকা কৰিছে।

সেয়েহে আমি কহৰিকদ (Kozhikode) চহৰ খন‌ ক ভাৰতৰ ভিতৰতে সৰ্ব প্ৰথম সাহিত্যিক চহৰ (Literature City) বুলি গৌৰৱ‌ কৰিব পাৰো।

...........                           .........









 

Post a Comment

0 Comments