Assamese Literature Questions with Answers
অসমীয়া সাহিত্যৰ প্ৰশ্ন উত্তৰ | Assamese Quiz
![]() |
অসমীয়া সাহিত্য ভাৰতৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধ সাহিত্যধাৰা । ইয়াৰ ইতিহাস বহু শতিকাজুৰি বিস্তুৃত;আৰু ইয়াত অসমীয়াৰ সমাজ, সংস্কতি, ধৰ্ম আৰু জীৱনধাৰাৰ প্ৰতিফলন দেখা যায়।
সেয়েহে, অসমীয়া সাহিত্যৰ লগত জড়িত কিছুমান বহু প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ প্ৰতিযোগীতা মুলক পৰীক্ষাৰ উপযগীকৈ আগবঢ়োৱা হ'ল।
1. অসমীয়া সাহিত্যৰ জনক কোন?
উত্তৰ - শ্ৰী মন্ত শংকৰদেৱ
2 . শ্ৰী মন্ত শংকৰদেৱৰ জন্ম কেতিয়া ক'ত হৈছিল?
উত্তৰ - ১৯৪৯ চনত, নগাঁও বৰদোৱাত
3. শংকৰদেৱৰ মুখ্য গ্ৰন্থসমূহ কি কি?
উত্তৰ - কীৰ্তন ঘোষা, গীত, অংকীয়া নাট
4 . বৰগীত কি?
উত্তৰ - ভক্তিমূলক গীত
5. বৰগীত কোনে ৰচনা কৰিছিল?
উত্তৰ - শংকৰদেৱ আৰু মাধৱদেৱ
6. ‘কীৰ্তন ঘোষা’ৰ ৰচয়িতা কোন?
উত্তৰ - শ্ৰী মন্ত শংকৰদেৱ
7. ‘বুঢ়ী আইৰ সাধু’ কোনে লিখিছিল?
উত্তৰ - ৰসৰাজ লক্ষ্মী নাথ বেজবৰুৱা
8.অসমীয়া ভাষাৰ প্ৰথম উপন্যাস কি?
উত্তৰ - ভানুমতী
9. ভানুমতী কোনে লিখিছিল?
উত্তৰ - পদ্মনাথ গোহাঁই বৰুৱা
10. হেমকোষ কি?
উত্তৰ - অসমীয়া অভিধান
11. হেমকোষ অভিধান কোনে লিখিছিল?
উত্তৰ - হেমচন্দ্ৰ বৰুৱা
12. জোনাকি যুগ কাক বুলে?
উত্তৰ -১৮৮৯ চনত প্ৰকাশিত 'জোনাকী আলোচণী খনে অসমীয়া সাহিত্যত যি নতুন ৰোমাণ্টিক ধাৰা বা আধুনিক যুগৰ সুচনা হৈছিল তাকেই জোনাকী যুগ বুলি জনা যায়।
13. অসমীয়া আধুনিক সাহিত্যৰ প্ৰথম আলোচনী খনৰ নাম কি?
উত্তৰ - অৰুণোদই।
14. জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান কি?
উত্তৰ - নাট্য, সংগীত আৰু চলচ্চিত্ৰৰ বিকাশ
16. অংকীয়া নাট কি?
উত্তৰ - শংকৰদেৱৰ ধৰ্মীয় নাট
17. সত্ৰীয়া কি?
উত্তৰ - নৃত্য আৰু সাংস্কৃতিক পৰম্পৰা
18. অসমীয়া লোকসাহিত্য কাক বোলে?
উত্তৰ - মৌখিক সাহিত্য (গীত, কাহিনী)
19. বিহুগীত কি ধৰণৰ গীত?
উত্তৰ - লোকসংগীত
20. বৈষ্ণৱ সাহিত্যৰ মূল বিষয় কি?
উত্তৰ - ভক্তি আৰু ভগৱান কৃষ্ণ
21. মাধৱ কন্দলিয়ে কি মহগ্ৰন্থ অনুবাদ কৰিছিল?
উত্তৰ - ৰামায়ণ (সপ্তকাণ্ড)
22. অসম সাহিত্য সভা কেতিয়া স্থাপিত হৈছিল?
উত্তৰ - ১৯১৭ চনত
23. শংকৰদেৱৰ অসমীয়া সাহিত্যত অৱদান আলোচনা কৰা।
উত্তৰ - ধৰ্ম, সাহিত্য, সংগীত, নাট্য সংস্কৃতিৰ বিকাশ
24. বৈষ্ণৱ আন্দোলনৰ অসমীয়া সাহিত্যত প্ৰভাৱ লিখা।
উত্তৰ - সামাজিক সমতা, ভক্তি সাহিত্যৰ বিকাস ।
25.ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান আলোচনা কৰা।
উত্তৰ - তেও চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, শিশুসাহিত্য, প্ৰৱন্ধৰাজি আৰু আত্মজীৱনী মুলক সাহিত্যৰ অৱদাণ দিছিলে।
26.আধুনিক নাট্য সাহিত্যৰ জনক কোন?
উত্তৰ - ৰূপ কোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা
27. হেমকোষ কি?
উত্তৰ - অভিধান
28. হেমকোষ অভিধান কোনে লিখিছিল?
উত্তৰ - হেমচন্দ্ৰ বৰুৱা
29.মাধৱ কন্দলিয়ে কি অনুবাদ কৰিছিল?
উত্তৰ - ৰামায়ণ
30.অসম সাহিত্য সভা কেতিয়া স্থাপিত হৈছিল?
উত্তৰ - ১৯১৭ চনত
31. ইন্দিৰা গোস্বামীৰ কোন হয়?
উত্তৰ - মামণি ৰয়ছম গোস্বামী

0 Comments